প্ৰমিথিউছ
মানুহজনৰ ভৰি-হাত শিকলিৰে বন্ধা। এটা প্ৰকাণ্ড ঈগলে তেওঁৰ পেতটো ফালি, যকৃতটো টানি আঁজোৰি খাইছে। তীব্ৰ যন্ত্ৰণাত মানুহজনে চিৎকাৰ কৰি উঠিছে।সম্পূৰ্ণ যকৃতটো ভক্ষণ কৰি ঈগলটোৱে শিলছটাত ঠোঁতটো কেইবাবাৰো ঘঁহাই পাখি ধপধপাই উৰি গ’ল । শিল এটাৰ আঁৰৰ পৰা সকলবোৰ চাই থকা প্ৰাণজিতে মানুহজনৰ কাষলৈ দৌৰি আহিল । তেজৰ দোঙাটোৰ ওপৰত মানুহজন পৰি আছে । ।মানুহজনৰ মুখমণ্ডল […]

